অসমীয়া বিভাগৰ উচ্চমানৰ স্নাতক ষষ্ঠ ষান্মাসিক(CBCS), চতুৰ্থ আৰু দ্বিতীয় ষন্মাসিক(FYUGP)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্্যক্ৰম ভিত্তিক আলোচনা চক্ৰৰ কেইখনমান স্থিৰচিত্ৰ স্থান-বিভাগৰ ICT শ্ৰেণীকোঠাAugust 21, 2025অসমীয়া বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিক(উচ্চমান)(CBCSপাঠ্যক্ৰমৰ ) ২০২৫ ৰ ছাত্ৰ-ছাত্ৰীসকলৰ আনুষ্ঠানিক বিদায়ৰ কেইখনমান স্হিৰ চিত্ৰ । (ছাত্ৰ-ছাত্ৰীৰ সংখ্যা-২৭ জন ) তাৰিখ -২৪/৫/২৫August 21, 2025 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰত সুখ্যাতিৰে সফলতা অৰ্জন কৰা আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তিনিওজনী ছাত্ৰী (দ্বিতীয় দল, 2nd batch) লৈ মহাবিদ্যালয় তথা বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।। Categories Event Tags Share Related postsNovember 14, 2026NAAC Assessment Preparedness Meet (2025-26) Held at JDSG CollegeRead moreNovember 12, 2026Internal Academic Appraisal Meeting (2025-26)Read moreOctober 10, 2026RRC BLOOD DONATION CAMP HELD AT JDSG COLLEGE BOKAKHAT ON 3 OCTOBER 2026Read more