
Inter District Badminton Competition, organised by J.D.S.G. COLLEGE BOKAKHAT in collaboration with NRL Golaghat on 13 August 2025
August 21, 2025অসমীয়া বিভাগৰ উচ্চমানৰ স্নাতক ষষ্ঠ ষান্মাসিক(CBCS), চতুৰ্থ আৰু দ্বিতীয় ষন্মাসিক(FYUGP)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্্যক্ৰম ভিত্তিক আলোচনা চক্ৰৰ কেইখনমান স্থিৰচিত্ৰ স্থান-বিভাগৰ ICT শ্ৰেণীকোঠা
August 21, 2025স্নাতক দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ খতিয়ান অভিভাৱকক জনোৱাৰ লগতে আগন্তুক চূড়ান্ত পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰস্তুতিৰ বিষয়ে জানিবৰ বাবে শিক্ষক -অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সমন্বিতে আয়োজিত শিক্ষক-অভিভাৱক সভাৰ স্থিৰচিত্ৰ তাৰিখ-২২/৫/২০২৫, বৃহস্পতিবাৰ
দিনৰ-১১বজা,স্থান-ডিজিটেল কোঠা -১





