আজি ১৭/৬ /২০২৫ তাৰিখে দিনৰ ১০:০০ বজাত মহাবিদ‍্যালয়ৰ অসমীয়া বিভাগৰ উদ‍্যোগত অসমৰ বিভিন্ন বিশ্ববিদ‍্যালয়ৰ অধীনৰ নিয়মীয়া ভিত্তিক অসমীয়া বিষয়ৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমত নামৰ্ভতিৰ বাবে অনুস্থিত হ’ব লগীয়া প্ৰবেশ পৰীক্ষাৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ আৰম্ভণি হয়। ১৭, ১৮ ,১৯ তাৰিখে হ’ব লগীয়া এই কাৰ্যসূচীত বিভাগৰ অধ‍্যাপক -অধ‍্যাপিকাসকলে ছাত্ৰ -ছাত্ৰীসকল উপকৃত হ’ব পৰাকৈ অসমীয়া ভাষা, সাহিত‍্য, সংস্কৃতি , লিপি , ভাৰতীয় সাহিত‍্য , তুলনামূলক সাহিত‍্য আদিৰ ক্ৰমবিকাশ এইবোৰৰ মেতমৰা সম্ভাৰ , বৰ্তমানত ইয়াৰ প্ৰাসংগিকতা, ভাষাত বিদেশী ভাষাৰ আগ্ৰাসন, সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱ , আদি বিষয়ত পুংখানুপুংখ ভাবে আলোচনা আগবঢ়াব ॥ প্ৰথম দিনত প্ৰায় ১১জনকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই কাৰ্যসূচীত আহি থকা দুটা দিনত ওচৰ মহাবিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি বিভাগে কামনা কৰিছে।।।
August 22, 2025
Today JDSG COLLEGE has observed National Sports Day 2025. Teachers and students have tribute to a legendary Hockey player major Dhyand Chand in his birth anniversary. Dr Santisaya Boruah spoke as distinguished guest and Prasanta Saikia,Sasanka Dhaval Saikia ,Angrag Shandilya along with 80 students attended the meeting. Besides traditional sport called ‘takeli bhonga’ pot broken played among the teachers and students Mrs Papori Borah, Mr Kobir Barhoi both won the prize.
August 29, 2025