
Parent-Teacher Meeting of HS 1st Year 2025 , organised on 08/09/2025 by HS Committee.
September 22, 2025A book donation programme was organised by J.D.S.G. College Central Library in connection with the celebration of Golaghat District Day on 26th September,2025. The faculties, staff and well-wishers of the college donated books and made the programme a successful one.
September 26, 2025অসমীয়া বিভাগৰ সংযোজিত পাঠ্যক্ৰম পৰিৱেশ্য কলাৰ অন্তৰ্গত নাটকৰ ব্যৱহাৰিক পৰীক্ষা সম্পন্ন।
আজি ইং ২৫-০৯-২০২৫ তাৰিখে অসমীয়া বিভাগৰ সংযোজিত পাঠ্যক্ৰম পৰিৱেশ্য কলাৰ অন্তৰ্গত নাটকৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হয়। বহিঃ পৰীক্ষক হিচাপে উপস্থিত থাকে পৰিৱেশ্য কলাৰ স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ শিল্পী ভাস্কৰজ্যোতি কোঁৱৰ। সৰ্বমুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা এই পৰীক্ষাত প্ৰতিগৰাকীয়ে একক অভিনয় কৰাৰ লগতে দলীয় ৰূপত দুখন একাংকিকা নাটক প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত সংযোজিত পাঠ্যক্ৰমৰ শিক্ষক তৰুন তীৰ্থ শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ বহুকেইজন শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।









