BSE Investor Awareness Program February 2026 organised by department of Commerce,JDSG COLLEGE BOKAKHATFebruary 17, 2026Internship for 4th Semester StudentsFebruary 24, 2026 Categories Assamese Dep Activities Tags বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদ্ যাপন Click here for More Share Related postsSeptember 25, 2025অসমীয়া বিভাগৰ সংযোজিত পাঠ্যক্ৰম পৰিৱেশ্য কলাৰ অন্তৰ্গত নাটকৰ ব্যৱহাৰিক পৰীক্ষা সম্পন্ন।Read moreSeptember 8, 2025মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা ৫ ছেপ্তেম্বৰ ২০২৫ তাৰিখে মহাবিদ্যালয়ৰ উপাধ্যক্ষ, বোকাখাতৰ বিশিষ্ট ব্যক্তি , বিভাগৰ অধ্যাপকসকল তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শুক্ৰবাৰে দিনৰ ১২ বজাত অন্যান্য বিভাগসমূহৰ দৰে অসমীয়া বিভাগৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ দুখন প্ৰাচীৰ পত্ৰিকা ক্ৰমে “আধাৰ” আৰু “সৃজণ ” উন্মোচন হয়। বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী দ্বাৰা প্ৰকাশ পোৱা আধাৰৰ অন্তৰ্গত মিৰ্মাঙৰ মূল বিষয় আছিল- মিছিং সমাজ আৰু সংস্কৃতি। উন্মোচক ৰূপে উপস্থিত থাকে, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ-শ্ৰী যুত কমল গগৈ আনহাতে সৃজণ ৰ মূল বিষয় আছিল কৃষি ভিত্তিক উৎসৱ -পাৰ্বন, উন্মোচক ৰূপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ সভানেত্ৰী- সুবৰ্ণ লতা বৰদলৈ॥ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ,বিশিষ্ট অতিথি-কল্পনা চেতিয়া, অন্য বিভাগৰ অধ্যাপক তথা বিভাগৰ অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত এই উন্মোচন প্ৰক্ৰিয়াৰ অন্ত পৰে॥॥Read moreAugust 22, 2025আজি ১৭/৬ /২০২৫ তাৰিখে দিনৰ ১০:০০ বজাত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ নিয়মীয়া ভিত্তিক অসমীয়া বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামৰ্ভতিৰ বাবে অনুস্থিত হ’ব লগীয়া প্ৰবেশ পৰীক্ষাৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ আৰম্ভণি হয়। ১৭, ১৮ ,১৯ তাৰিখে হ’ব লগীয়া এই কাৰ্যসূচীত বিভাগৰ অধ্যাপক -অধ্যাপিকাসকলে ছাত্ৰ -ছাত্ৰীসকল উপকৃত হ’ব পৰাকৈ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি , লিপি , ভাৰতীয় সাহিত্য , তুলনামূলক সাহিত্য আদিৰ ক্ৰমবিকাশ এইবোৰৰ মেতমৰা সম্ভাৰ , বৰ্তমানত ইয়াৰ প্ৰাসংগিকতা, ভাষাত বিদেশী ভাষাৰ আগ্ৰাসন, সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱ , আদি বিষয়ত পুংখানুপুংখ ভাবে আলোচনা আগবঢ়াব ॥ প্ৰথম দিনত প্ৰায় ১১জনকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই কাৰ্যসূচীত আহি থকা দুটা দিনত ওচৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি বিভাগে কামনা কৰিছে।।।Read more