মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা ৫ ছেপ্তেম্বৰ ২০২৫ তাৰিখে মহাবিদ্যালয়ৰ উপাধ্যক্ষ, বোকাখাতৰ বিশিষ্ট ব্যক্তি , বিভাগৰ অধ্যাপকসকল তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শুক্ৰবাৰে দিনৰ ১২ বজাত অন্যান্য বিভাগসমূহৰ দৰে অসমীয়া বিভাগৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ দুখন প্ৰাচীৰ পত্ৰিকা ক্ৰমে “আধাৰ” আৰু “সৃজণ ” উন্মোচন হয়। বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী দ্বাৰা প্ৰকাশ পোৱা আধাৰৰ অন্তৰ্গত মিৰ্মাঙৰ মূল বিষয় আছিল- মিছিং সমাজ আৰু সংস্কৃতি। উন্মোচক ৰূপে উপস্থিত থাকে, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ-শ্ৰী যুত কমল গগৈ আনহাতে সৃজণ ৰ মূল বিষয় আছিল কৃষি ভিত্তিক উৎসৱ -পাৰ্বন, উন্মোচক ৰূপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ সভানেত্ৰী- সুবৰ্ণ লতা বৰদলৈ॥ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ,বিশিষ্ট অতিথি-কল্পনা চেতিয়া, অন্য বিভাগৰ অধ্যাপক তথা বিভাগৰ অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত এই উন্মোচন প্ৰক্ৰিয়াৰ অন্ত পৰে॥॥
September 8, 2025On 20th September 2025, J.D.S.G. College organized a condolence meeting with deep grief and heavy heart on the demise of our beloved heartthrob singer, Zubeen Garg. The programme commenced with the lighting of the earthen lamp by Prasanta Saikia, Vice-Principal of J.D.S.G. College, followed by a speech delivered by Sasanka Dhaval Saikia, Assistant Professor, Department of Political Science. In his memory, the song “Mayabini raatir bukut.” was sung by Dipankar Bori, a student of B.A. 5th Semester, accompanied by the heartfelt participation of the audience. The event paid tribute to his remarkable legacy, reflecting upon his invaluable contributions to Assamese music, culture, and identity. As a further mark of respect, and in recognition of his love for nature, the J.D.S.G. family planted trees, symbolizing his enduring impact and leaving a lasting memory for future generations.
September 20, 2025