ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰত সুখ্যাতিৰে সফলতা অৰ্জন কৰা আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তিনিওজনী ছাত্ৰী (দ্বিতীয় দল, 2nd batch) লৈ মহাবিদ্যালয় তথা বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।
August 21, 2025অসমীয়া বিভাগে পৰিচালনা কৰা সংযোজিত পাঠ্যক্ৰম.. পৰিবেশ্য কলা ( নাটক)–সমল ব্যক্তি- তৰুণ তীৰ্থ শইকীয়া
August 21, 2025অসমীয়া বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিক(উচ্চমান)(CBCSপাঠ্যক্ৰমৰ ) ২০২৫ ৰ ছাত্ৰ-ছাত্ৰীসকলৰ আনুষ্ঠানিক বিদায়ৰ কেইখনমান স্হিৰ চিত্ৰ । (ছাত্ৰ-ছাত্ৰীৰ সংখ্যা-২৭ জন )
তাৰিখ -২৪/৫/২৫
বিভাগৰ বিশেষ ল’ৰা -ছোৱালী কেইটালৈ নতুন যাত্ৰালৈ অযুত শুভকামনা আৰু এগালমান মৰম….কুশলে থাকা, হাঁহি থাকা
হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয় ……..





