Wall Magazine Inauguration 5 Sept 2025
November 16, 2026Seminar Presentation Organized by the Department of Geography
November 16, 2026অসমীয়া বিভাগৰ দ্বাৰা আজি পাঠ্যক্ৰমৰ অধীনত আয়োজন কৰা দলীয় আলোচনাৰ কিছু মুহুৰ্ত! ✨
আজি জে. ডি. এছ. জি. মহাবিদ্যালয়, বোকাখাতৰ অসমীয়া বিভাগৰ উদ্যোগত এখন পাঠ্যক্ৰম ভিত্তিক দলীয় আলোচনা অনুষ্ঠিত হৈ যায়। ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু বিষয়বস্তুৰ ওপৰত হোৱা গঠনমূলক আলোচনাই এই কাৰ্যসূচী সফল কৰি তোলে।
পাঠ্যক্ৰম ভিত্তিক দলীয় আলোচনা (Curriculum Based Group Discussion)
অসমীয়া বিভাগ, জে. ডি. এছ. জি. মহাবিদ্যালয়, বোকাখাত
কাকত: MINASM-5 ভাৰতীয় ভাষাৰ পৰিচয়
শ্ৰেণী: স্নাতক পঞ্চম ষাণ্মাসিক (BA 5th Semester)
#DepartmentOfAssamese #JDSGCollege #Bokakhat #GroupDiscussion #AssameseDepartment #StudentActivities


