Students Related Activities from 2019-2021May 17, 2025Department Activities 2023-2024May 17, 2025 Categories Assamese Dep Activities Tags From 2022 To Till Date OK Share Related postsFebruary 22, 2026বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদ্_যাপনRead moreSeptember 25, 2025অসমীয়া বিভাগৰ সংযোজিত পাঠ্যক্ৰম পৰিৱেশ্য কলাৰ অন্তৰ্গত নাটকৰ ব্যৱহাৰিক পৰীক্ষা সম্পন্ন।Read moreSeptember 8, 2025মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা ৫ ছেপ্তেম্বৰ ২০২৫ তাৰিখে মহাবিদ্যালয়ৰ উপাধ্যক্ষ, বোকাখাতৰ বিশিষ্ট ব্যক্তি , বিভাগৰ অধ্যাপকসকল তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শুক্ৰবাৰে দিনৰ ১২ বজাত অন্যান্য বিভাগসমূহৰ দৰে অসমীয়া বিভাগৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ দুখন প্ৰাচীৰ পত্ৰিকা ক্ৰমে “আধাৰ” আৰু “সৃজণ ” উন্মোচন হয়। বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী দ্বাৰা প্ৰকাশ পোৱা আধাৰৰ অন্তৰ্গত মিৰ্মাঙৰ মূল বিষয় আছিল- মিছিং সমাজ আৰু সংস্কৃতি। উন্মোচক ৰূপে উপস্থিত থাকে, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ-শ্ৰী যুত কমল গগৈ আনহাতে সৃজণ ৰ মূল বিষয় আছিল কৃষি ভিত্তিক উৎসৱ -পাৰ্বন, উন্মোচক ৰূপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ সভানেত্ৰী- সুবৰ্ণ লতা বৰদলৈ॥ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ,বিশিষ্ট অতিথি-কল্পনা চেতিয়া, অন্য বিভাগৰ অধ্যাপক তথা বিভাগৰ অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত এই উন্মোচন প্ৰক্ৰিয়াৰ অন্ত পৰে॥॥Read more