July 29, 2025

যোৰহাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক কুশল কুমাৰ দাসে আমাৰ মহাবিদ্যালয়লৈ তেখেতৰ তিনিখন মৌলিক গ্ৰন্থ প্ৰদান কৰে ‘-

August 21, 2025

আজি জেডিএছজি মহাবিদ্যালয়ত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত গগৈদেৱে শিক্ষক কৰ্মচাৰী,অবসৰপ্ৰাপ্ত‌ শিক্ষক,‌এনচিচি‌ৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীৰ উপস্থিতত পতাকা উত্তোলন কৰি বক্তব্য আগবঢ়ায়।