August 21, 2025

স্নাতক দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ‍্যয়নৰ খতিয়ান অভিভাৱকক জনোৱাৰ লগতে আগন্তুক চূড়ান্ত পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰস্তুতিৰ বিষয়ে জানিবৰ বাবে শিক্ষক -অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সমন্বিতে আয়োজিত শিক্ষক-অভিভাৱক সভাৰ স্থিৰচিত্ৰ তাৰিখ-২২/৫/২০২৫, বৃহস্পতিবাৰ দিনৰ-১১বজা,স্থান-ডিজিটেল কোঠা -১

August 21, 2025

ডিব্ৰুগড় বিশ্ববিদ‍্যালয়ৰ অধীনত নিয়মীয়া স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰত সুখ‍্যাতিৰে সফলতা অৰ্জন কৰা আমাৰ মহাবিদ‍্যালয়ৰ অসমীয়া বিভাগৰ তিনিওজনী ছাত্ৰী (দ্বিতীয় দল, 2nd batch) লৈ মহাবিদ‍্যালয় তথা বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।

August 21, 2025

অসমীয়া বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিক(উচ্চমান)(CBCSপাঠ‍্যক্ৰমৰ ) ২০২৫ ৰ ছাত্ৰ-ছাত্ৰীসকলৰ আনুষ্ঠানিক বিদায়ৰ কেইখনমান স্হিৰ চিত্ৰ । (ছাত্ৰ-ছাত্ৰীৰ সংখ‍্যা-২৭ জন ) তাৰিখ -২৪/৫/২৫

August 21, 2025

Inauguration of DIGI CORNER- A house of Online Solution, JDSG COLLEGE, BOKAKHAT on 21st August 2025. Facilities available are Online form fillup for all kinds of Examinations, Admission, Scholarship, Xerox, Printout, Book Printing, Offset Printing, Digital Printing and Stationary items. Coventured by Paban Hazarika and Ujjal Bora.

August 29, 2025

Today JDSG COLLEGE has observed National Sports Day 2025. Teachers and students have tribute to a legendary Hockey player major Dhyand Chand in his birth anniversary. Dr Santisaya Boruah spoke as distinguished guest and Prasanta Saikia,Sasanka Dhaval Saikia ,Angrag Shandilya along with 80 students attended the meeting. Besides traditional sport called ‘takeli bhonga’ pot broken played among the teachers and students Mrs Papori Borah, Mr Kobir Barhoi both won the prize.

September 8, 2025

মহাবিদ‍্যালয়ৰ হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা ৫ ছেপ্তেম্বৰ ২০২৫ তাৰিখে মহাবিদ‍্যালয়ৰ উপাধ‍্যক্ষ, বোকাখাতৰ বিশিষ্ট ব‍্যক্তি , বিভাগৰ অধ‍্যাপকসকল তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শুক্ৰবাৰে দিনৰ ১২ বজাত অন‍্যান‍্য বিভাগসমূহৰ দৰে অসমীয়া বিভাগৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ দুখন প্ৰাচীৰ পত্ৰিকা ক্ৰমে “আধাৰ” আৰু “সৃজণ ” উন্মোচন হয়। বিভাগৰ সাহিত‍্য চ’ৰাৰ উদ‍্যোগত ছাত্ৰ-ছাত্ৰী দ্বাৰা প্ৰকাশ পোৱা আধাৰৰ অন্তৰ্গত মিৰ্মাঙৰ মূল বিষয় আ‍ছিল- মিছিং সমাজ আৰু সংস্কৃতি। উন্মোচক ৰূপে উপস্থিত থাকে, বোকাখাত উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষ-শ্ৰী যুত কমল গগৈ আনহাতে সৃজণ ৰ মূল বিষয় আছিল কৃষি ভিত্তিক উৎসৱ -পাৰ্বন, উন্মোচক ৰূপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ সভানেত্ৰী- সুবৰ্ণ লতা বৰদলৈ॥ মহাবিদ‍্যালয়ৰ সন্মানীয় অধ‍্যক্ষ ,বিশিষ্ট অতিথি-কল্পনা চেতিয়া, অন‍্য বিভাগৰ অধ‍্যাপক তথা বিভাগৰ অধ‍্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত এই উন্মোচন প্ৰক্ৰিয়াৰ অন্ত পৰে॥॥

September 20, 2025

On 20th September 2025, J.D.S.G. College organized a condolence meeting with deep grief and heavy heart on the demise of our beloved heartthrob singer, Zubeen Garg. The programme commenced with the lighting of the earthen lamp by Prasanta Saikia, Vice-Principal of J.D.S.G. College, followed by a speech delivered by Sasanka Dhaval Saikia, Assistant Professor, Department of Political Science. In his memory, the song “Mayabini raatir bukut.” was sung by Dipankar Bori, a student of B.A. 5th Semester, accompanied by the heartfelt participation of the audience. The event paid tribute to his remarkable legacy, reflecting upon his invaluable contributions to Assamese music, culture, and identity. As a further mark of respect, and in recognition of his love for nature, the J.D.S.G. family planted trees, symbolizing his enduring impact and leaving a lasting memory for future generations.