August 21, 2025Categories Eventআজি জেডিএছজি মহাবিদ্যালয়ত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত গগৈদেৱে শিক্ষক কৰ্মচাৰী,অবসৰপ্ৰাপ্ত শিক্ষক,এনচিচিৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীৰ উপস্থিতত পতাকা উত্তোলন কৰি বক্তব্য আগবঢ়ায়।
August 21, 2025Categories Political Science ActTeacher exchange programme as per MoU with Govt Model College, Kaziranga. Dr. Parimita Bhuyan, Assistant Professor and Head, Dept. of Political Science had a session with BA 3rd Semester Major students yesterday i.e. 19th August, 2025