August 21, 2025Categories EventInauguration of DIGI CORNER- A house of Online Solution, JDSG COLLEGE, BOKAKHAT on 21st August 2025. Facilities available are Online form fillup for all kinds of Examinations, Admission, Scholarship, Xerox, Printout, Book Printing, Offset Printing, Digital Printing and Stationary items. Coventured by Paban Hazarika and Ujjal Bora.
August 21, 2025Categories Women CellsOngoing Add-on Course on Dress Making coordinated by Women Cell Teacher’s Unit J.D.S.G. College, Bokakhat starts from 20.08.2025.
August 21, 2025Categories Assamese Dep Activitiesঅসমীয়া বিভাগে পৰিচালনা কৰা সংযোজিত পাঠ্যক্ৰম.. পৰিবেশ্য কলা ( নাটক)–সমল ব্যক্তি- তৰুণ তীৰ্থ শইকীয়া
August 21, 2025Categories Eventঅসমীয়া বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিক(উচ্চমান)(CBCSপাঠ্যক্ৰমৰ ) ২০২৫ ৰ ছাত্ৰ-ছাত্ৰীসকলৰ আনুষ্ঠানিক বিদায়ৰ কেইখনমান স্হিৰ চিত্ৰ । (ছাত্ৰ-ছাত্ৰীৰ সংখ্যা-২৭ জন ) তাৰিখ -২৪/৫/২৫
August 21, 2025Categories Eventডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰত সুখ্যাতিৰে সফলতা অৰ্জন কৰা আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তিনিওজনী ছাত্ৰী (দ্বিতীয় দল, 2nd batch) লৈ মহাবিদ্যালয় তথা বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।
August 21, 2025Categories Assamese Dep Activitiesঅসমীয়া বিভাগৰ উচ্চমানৰ স্নাতক ষষ্ঠ ষান্মাসিক(CBCS), চতুৰ্থ আৰু দ্বিতীয় ষন্মাসিক(FYUGP)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্্যক্ৰম ভিত্তিক আলোচনা চক্ৰৰ কেইখনমান স্থিৰচিত্ৰ স্থান-বিভাগৰ ICT শ্ৰেণীকোঠা
August 21, 2025Categories Eventস্নাতক দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ খতিয়ান অভিভাৱকক জনোৱাৰ লগতে আগন্তুক চূড়ান্ত পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰস্তুতিৰ বিষয়ে জানিবৰ বাবে শিক্ষক -অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সমন্বিতে আয়োজিত শিক্ষক-অভিভাৱক সভাৰ স্থিৰচিত্ৰ তাৰিখ-২২/৫/২০২৫, বৃহস্পতিবাৰ দিনৰ-১১বজা,স্থান-ডিজিটেল কোঠা -১
August 21, 2025Categories EventInter District Badminton Competition, organised by J.D.S.G. COLLEGE BOKAKHAT in collaboration with NRL Golaghat on 13 August 2025
August 21, 2025Categories NSSNSS Internship course certificate distribution meeting held today at Digital class room 1. Principal Dr Jayanta Gogoi ,Dr Monalisa Borgohain, IQAC Coordinator, prof Nagendra Nath Nayak, Motiram Das, Program Officer NSS have addressed to the students . Total 35 students have given certificates.